মাহৰ এই কেইটা দিনত সং*গী*ৰ সৈতে শা*ৰি*ৰী*ক সম্পৰ্ক কৰিব বিচাৰে মহিলা সকলে।

প্ৰতি মাহৰ নিৰ্দিষ্ট সময়ত মহিলাৰ যৌন সম্পৰ্কৰ ইচ্ছা বেছি হয়। যিসকল মহিলাই নিজৰ ঋতুচক্ৰৰ খবৰ ৰাখে, তেওঁলোকে হয়তো লক্ষ্য কৰিছে যে ডিম্বাণু নিঃসৰণৰ ঠিক আগতেই তেওঁলোকৰ যৌনতাৰ ইচ্ছা বাঢ়ি যায়। ডিম্বাণু নিঃসৰণৰ সময়ত যাতে মহিলাসকলে স্বাভাৱিকভাৱে গৰ্ভৱতী হ’ব পাৰে, এই সময়ছোৱাত তেওঁলোকৰ শৰীৰত হৰম’নৰ উৎপাদন বৃদ্ধি পায়, যাৰ বাবে তেওঁলোকৰ যৌ*ন ইচ্ছাও বৃদ্ধি পায়।

প্ৰতি মাহৰ প্ৰায় সাত দিন নাৰীৰ প্ৰজনন শক্তি তুংগত থাকে। যেতিয়া মহিলাসকলে ডিম্বাণু নিঃসৰণৰ দিন ওচৰ চাপিবলৈ আৰম্ভ কৰে তেতিয়া তেওঁলোকৰ কামনা বাঢ়িবলৈ আৰম্ভ কৰে আৰু ডিম্বাণু নিঃসৰণৰ পিছত মহিলাৰ যৌন ইচ্ছা কমি যায়।

লগতে চাওক –
>> সংগীৰ শৰীৰৰ এই অংশত স্পৰ্শ নকৰিব ! নহলে অশান্তিৰ সৃষ্টি হব !
>> ছোৱালীয়ে টকা অবিহনে কি নিদিয়ে ? ইয়াৰ উত্তৰ জানিলে আপুনি আচৰিত হ’ব !

শেহতীয়া গৱেষণাৰ পৰা দেখা গৈছে যে মহিলাৰ যৌন ইচ্ছা বৃদ্ধি প্ৰায় ছয় দিনলৈকে শিখৰত উপনীত হয় আৰু ইয়াৰ লগত লুটিনাইজিং হৰম’ন উৎপাদনৰ মিল থাকে। যেতিয়া মহিলাৰ শৰীৰত লুটিনাইজিং হৰম’ন সৰ্বাধিক বৃদ্ধি পায়, তেতিয়া তেওঁলোকে যৌন সম্পৰ্ক স্থাপনৰ দৰে অনুভৱ কৰে।

ডিম্বাণু নিঃসৰণৰ ২৪ৰ পৰা ৩৬ ঘণ্টা আগতে লুটিনাইজিং হৰম’নবোৰ শীৰ্ষত থাকে। এই সময়ছোৱাত যদি মহিলাসকলে নিজৰ সংগীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰে তেন্তে তেওঁলোকৰ গৰ্ভধাৰণৰ সম্ভাৱনা বেছি। ডিম্বাণু নিঃসৰণৰ তিনিদিন আগতে এগৰাকী মহিলাৰ গৰ্ভধাৰণৰ সম্ভাৱনা ৮%ৰ পৰা ২৩%ৰ ভিতৰত থাকে।

ডিম্বাণু নিঃসৰণৰ আগদিনা ই ২১%ৰ পৰা ৩৪%ৰ ভিতৰত বৃদ্ধি পায়। এক অধ্যয়নত দেখা গৈছে যে ডিম্বাণু নিঃসৰণৰ সময় পাৰ হোৱাৰ পিছত মহিলাৰ শৰীৰত প্ৰজেষ্টেৰন হৰম’ন বৃদ্ধি পাবলৈ ধৰে, যাৰ ফলত মহিলাৰ যৌন ইচ্ছা কমি যায়।

Disclaimer – এই প্ৰতিবেদন কেৱল ইন্টাৰনেটত উপলব্ধ তথ্যৰ উপৰত ভিত্তি কৰি সাধাৰণ জ্ঞান প্ৰদানৰ বাবেহে দিয়া হৈছে, KosterJibon.com এ এই তথ্যৰ নিশ্চয়তা আৰু সত্যতা প্ৰদান নকৰে আৰু দায়িত্ব গ্ৰহণ নকৰে। লেখাবোৰ পঢ়ি ভাল পালে যদি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।

Leave a Comment